Assamese Opposite Words List - Summary
These Assamese Opposite Words List PDFs are perfect for students preparing for HSLC 2021. This comprehensive PDF contains over 900 opposite words in the Assamese language, making it a valuable resource for study. Candidates can easily download this PDF to enhance their vocabulary and understanding.
Assamese Opposite Words List – অসমীয়া বিপৰীত শব্দ তালিকা
- আনন্দ- বিষাদ , নিবানন্দ
- সুখ- দুখ
- প্ৰকাণ্ড- সৰু
- টেঙৰ- চতুৰ
- চহকী- দুখীয়া
- নিৰাশা- আশা
- অনুচিত-উচিত
- বিশ্বাস- অবিশ্বাস
- সমাপ্তি- আৰম্ভনি
- অক্ষম – সক্ষম
- বিদেশী- স্বদেশী
- অচল- সচল
- জটিল- সৰল
- বৃহং- ক্ষুদ্ৰ
- সফলতা- বিফলতা
- আন্ধাৰ- পোহৰ
- শৃংখল – বিশৃংখল
- সহজ- টান
- দূৰদশী- অদুৰদৰ্শী
- শান্তি- অশান্তি
- ধবংস-সৃষ্টি
- কৃতকাৰ্যতা – অকৃতকাৰ্যতা
- সফল- বিফল
- সুযোগ্য- যোগ্য
- সুখ্যাতি-কুখ্যাতি
- কৃতজ্ঞ- অকৃতজ্ঞ
- অৰ্থপূৰ্ণ- অৰ্থহীন
- অমূুল্য- মূল্যহীন
- সফলতা- বিফলতা
- পুৰস্কাৰ – তিৰস্কাৰ
- গধুৰ- পাতল
- দুখ- সুখ
- বলী- দুৰ্বলী
- সাহসী- ভয়াতুৰ
- বন্ধুত- শক্ৰত
- প্ৰকাশ-অপ্ৰকাশ
- সমাপ্ত- আৰম্ভ
- ভাগ্য- দুৰ্ভাগ্য
- ধৈৰ্য- অধৈৰ্য
- মৃত্যু-জন্ম
- জয়-পৰাজয়
- ভয়- নিৰ্ভয়
- শত্ৰু – মিত্ৰ
- দুৰ্বল- সৰল
- কঠিন- সহজ
- নবীন- প্ৰবীন
- পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল
- খৰগতি- বীৰগতি
- পূৰ্ণিমা- অমপ্ৰথম
- নিন্দা – প্ৰশংসাৰ
- অনাৱশ্যক- আবশ্যক
- ধ্বংস- সূষ্টি
- অসম্ভৱ- সম্ভব
- অতীত- বৰ্তমান
- পুণ্য-পাপ
- পৱিত্ৰ- অপবিত্ৰ
- জীৱন-মৰণ
- প্ৰজা -ৰজা
- প্ৰশংসা-নিন্দা
- নিম্ন-উচ্চ
- শান্ত-অশান্ত
- ন্যায়-অন্যায
- সুখ- দুখ
- অসমৰ্থ-সমৰ্থ
- উপস্থিত-অনুপস্থিত
- ধ্বংস-সূষ্টি
- চিনাকি-অচিনাকি
- নৱীন- প্ৰবীন
- প্ৰাচীন-নতুন
- দুৰ্বল-শক্তিশালী
- পৰিকল্পিত-অপৰিকল্পিত
- বৈসাদৃশ্য-সাদূশ্য
- সফল-বিফল
- বিসংগতি- সংগতি
- মৃত্যু-জন্ম
- গভীৰ-তৰল
- পুত্ৰ-জীয়ৰী
- ভাই-ভনী
- আই-পিতাই
- দাদা-বৌ
- নাৰী-পুৰুষ
- মিল- অমিল
- বুঢ়া-ডিকা
- সোমোৱা-ওলোৱা
- পোহনীয়া-বনৰীয়া
- উত্তৰ- প্ৰশ্ন
- অধঃ-উধঃ
- মুকুতি- বন্দী
- অধম- ধম
- পোনপটীয়া- আওপটীয়া
- অনিচ্ছা- ইচ্ছা
- খৰালি-জহকালি
- দুখ-সুখ
- আঁতৰ-ওচৰ
- ভাল-বেয়া
- প্ৰশংসা- নিন্দা
- সুদক্ষ- অদক্ষ
- গভীৰ- তৰল
- আশা- নিৰাশা
- অনুকূল- নিৰাশা
- সূষ্টি- ধ্বংস
- দুখিয়া-ধনী
- উন্নতি- অধোন্নতি
- দেখা-নেদেখা
- থকা-নথকা
- উপকাৰ- অপকাৰ
- সৰু- ডাঙৰ
- ক্ষুদ্ৰ – বৃহত
- ধুনীয়া- কুংসিং-
- শকত- ক্ষীন
- চুটি-ওখ
- সুখ-দুখ
- পোহৰ-আন্ধাৰ
- বেয়া-ভাল
- ধুনিয়া-কুতসিত
- ওপৰত- তলত
- মৰা-জীয়া
- স্বাধীন-পৰাধীন
- জন্ম- মৃত্যু
- শেষ- আৰম্ভ
- বিদেশী-স্বদেশী
- ত্যাগ- গ্ৰহন
- বুঢ়া-ডেকা
- নিৰানন্দ-আনন্দ
- শেষ-আৰম্ভ
- খালী-ভৰ্তি
- দীঘল- চুটি
- আন্ধাৰ-পোহৰ
- পুৰণি-নতুন
- অসহায়-সহায়
- বলী-দুৰ্বলী
- ৰাতি-দিন
- গভীৰ-তৰল
- আনন্দ-নিৰানন্দ
- ধনী-দুখীয়া
- গুৰু-লঘু
- প্ৰাচীন-নতুন
- অসাধু-সাধু
- জ্ঞান-অঞ্জান
- নেদেখা-দেখা
- হিত-অহিত
- ন্যায়-অন্যায়
- সাধু-অসাধু
- বিশ্বাস-অবিশ্বাস
- হিত-অহিত
- ধুনীয়া-কুতসিত
- ওপৰত-তলত
- মৰা-জীয়া
- স্বাধীন- পৰাধীন
- জন্ম- মৃত্যু
- শেষ-আৰম্ভ
- বিদেশী-স্বদেশী
- ত্যাগ-গ্ৰহন
- নিৰস-ৰসাল
- আনন্দ-নিৰানন্দ
- সুখ-দুখ
- ভুল-শুদ্ধ
- প্ৰকাণ্ড-সৰু
- টেঙৰ- চতুৰ
- চহকী-দুখীয়া
- নিৰাশা- আশা
- অনুচিত-উচিত
- আগুৱা- পিচোৱা
- কৃতকাৰ্যতা- অকৃতকাৰ্যতা
- সফল-বিফল
- সুযোগ্য- অযোগ্য
- সুখ্যাতি- কুখ্যাতি
- কৃতজ্ঞ- কৃতঘ্ন
- সফলতা- বিফলতা
- অৰ্থপূৰ্ণ- অৰ্থহীন
- অমূল্য-মূল্যহীন
- পুৰস্কাৰ- শাস্তি
- বলী- দুৰ্বল
- গধুৰ- পাতল
- দুখ- সুখ
- মিলা – প্ৰীতি-
- অণু- বৃহং
- অলপ- বেছি
- অন্ধ- চাক্ষুষ
- অন্তৰ-বাহিৰ
- অনুৰাগ- বিৰাগ
- অতিবৃষ্টি- অনাবৃষ্টি
- অনুগ্ৰহ-নিগ্ৰহ
- অমৃত-গৰল
- অভাৱ- উভৈনদী
- অনুকূল- প্ৰতিকূল
- অসীম- সসীম
- অহংকাৰ- নিৰহংকাৰ
- আচল- নকল
- আদান-প্ৰদান
- আকাশ-পাতাল
- আধুনিক- নতুন
- আন্ধাৰ-পোহৰ
- ইচ্ছা-অনিচ্ছা
- ইহলোক-পৰলোক
- ইষ্ট-অনিষ্ট
- উদাৰ-সংকীৰ্ণ
- উন্নতি-অৱনতি
- উত্তৰ-দক্ষিণ
Download the Assamese Opposite Words List
You can download the Assamese Opposite Words List PDF using the link provided below. Downloading this PDF will help you master your vocabulary! 📄